মৌ ৰসেৰে মৰ্টন প্ৰস্তুত কৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে এজন উদ্যমীয়ে।ৰাজ্যৰ অাগশাৰীৰ মৌপালক যোৰহাটৰ লীলাচৰণ দত্তই মৌ ৰসেৰে হনি কেণ্ডি প্ৰস্তুত কৰিছে।তেখেতৰ চি কে উদ্যোগৰ জৰিয়তে মৌপালন আৰু উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনত এক বিপ্লৱৰ সূচনা কৰিছে ।উল্লেখযোগ্য যে তেখেতৰ চি কে উদ্যোগত উৎপাদিত মৌ বিদেশলৈ ৰপ্তানি হয়।আশা কৰা হৈছে অচিৰেই হনি কেণ্ডিয়ে বজাৰ দখল কৰিবলৈ সক্ষম হ’ব।
Trending
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা
- গোলাই চোৰ ২০২৫ বৰ্ষৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ
- নৱম ৰাষ্ট্ৰীয় লন বল চেম্পিয়ন শ্বিপ অনুষ্ঠিত
- NDRF RESCUED A DISTRESSED CIVILIAN FROM RIVER BRAHMAPUTRA