গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজা সমিতিৰ উদ্যোগত ১৩ আৰু ১৪অক্টোবৰ দুদিনীয়া কাৰ্য্যসূচীৰে খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপিত হয়।১৩ অক্টোবৰত পুৱা বন্তি প্ৰজ্বলনৰে পূজাৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক গোবিন্দ কলিতাই।ধৰ্মধব্জা উত্তোলন কৰে পূজা কমিটি সভাপতি বলেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়াই আৰু শ্বহীদ তৰ্পন কৰে কাৰ্য্যকৰী সভাপতি কেশৱ কলিতাই।আনহাতে পূজাৰ লগত সংগতি ৰাখি দুপৰীয়া মহিলাৰ দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয় ।প্ৰতিযোগিতাত খানামুখ জ্ঞান মালিনী বিকশিত নামতি দলে শ্ৰেষ্ঠ সন্মান লাভ কৰে।ধাৰাপুৰৰ নিজৰা বৰুৱা কলিতা দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সম্মান লাভ কৰে।ইফালে আজাৰা মহিলা নামতি দলে তৃতীয় শ্ৰেষ্ঠ দলৰ সম্মান লাভ কৰে।
Trending
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ