শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ সোণাই নেপালী প্ৰাথমিক বিদ্যালয়ত আজি ” দাপোণ ” শীৰ্ষক এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰাঞ্জল বৰাই । উন্মোচনী ভাষণত বৰাই কয় যে বিদ্যালয় ত প্ৰাচীৰ পত্ৰিকা এখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । প্ৰাচীৰ পত্ৰিকাৰ যোগেদি শিক্ষাৰ্থীৰ বিদ্যায়তনিক দিশৰ সুস্থ বিকাশ সম্ভৱ হয় । অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী সাৱিত্ৰী দেৱী, সহকাৰী শিক্ষয়িত্ৰী জোনামণি দাসৰ লগতে ছাত্ৰ-ছাত্ৰী, ৰাইজ উপস্থিত থাকে ।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন