কৰ্মসূত্ৰে নিজ জন্মভূমি অসমৰ পৰা বহু দূৰত ফটোত দেখা পোৱা এই সকল অসমীয়া।বহিঃৰাজ্যত থাকিও কিন্তু পাহৰি যোৱা নাই গৌৰৱজ্বল অসমীয়া কৃষ্টি সংস্কৃতি ।নিজ শিপা ডালক ধৰি ৰখাৰ নিৰন্তৰ প্ৰয়াস তেঁওলোকৰ ।ক`ভিড সৃষ্ট পৰিবেশৰ বাবে নিজ ওপজা গাঁও খনলৈ আহি পৰিয়াল তথা গাঁওবাসী লগত একেটি নামঘৰতে বহি কৃস্ঞৰ জন্মাষ্টমী পালন কৰিব নোৱাৰিলে যদিও কৰ্ম সুত্ৰে হাইদৰাবাদত থকা সমূহ অসমীয়া একত্ৰিত হৈ উলহ মালহে পালন কৰিলে জন্মাষ্টমী ।পৰিকল্পনা আছিল গুৰু দুজনাৰ অনৱদ্য উপহাৰ এভাগি ভাওনা অনুষ্ঠিত কৰাৰো, কিন্তু সম্প্ৰিতিক পৰিৱেশ আৰু পৰিস্থিতিৰ বাবে সাময়িক ভাবে বাতিল কৰা হৈছে এই সিদ্ধান্ত।নিশ্চয়কৈ তেওঁলোকৰ এনে পদক্ষেপ অসমীয়া সমাজৰ বাবে এটি ইতিবাচক খবৰ।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram