শিশু দিৱসৰ বিশেষ

0 1,078

আজি শিশুসকলৰ বাবে এটা বিশেষ দিন  ।কাৰণ শিশু দিৱস। সমগ্ৰ দেশতে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়।পণ্ডিত নেহৰুৱে শিশুসকলক লৈ বহু সপোন দেখিছিল ।শিশুসকলৰ স্বাধীনতা ,শিক্ষা, উন্নয়নৰ বাবে বিশেষ পন্থা হাতত লৈছিল।তেখেতৰ নাগৰিক আছিল এনেধৰণৰ শিশুসকলেই দেশৰ প্ৰগতি, দেশৰ ধৰণী ।আজি শিশু কালিলৈ দেশৰ ভবিষ্যত ।সেয়ে উঠি অহা প্ৰজন্মক নেহৰুৱে গুৰুত্ব প্ৰদান কৰিছিল।শিশুসকলে পণ্ডিত নেহৰুক নেহৰু খুড়া বুলি সম্বোধন কৰিছিল।আনহাতে বিশ নৱেম্বৰ দিনা আন্তৰাষ্ট্ৰীয়ভাৱে শিশু দিৱস হিচাপে পালন কৰা হয় । আজিৰ শিশু দিৱস লগত সংগতি ৰাখি বিদ্যালয় সমূহত কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়।

Leave A Reply

Your email address will not be published.