শ্ৰমিক নেতা সন্তোষ কুমাৰ তপ্নৰ মৃত্যু তিথিৰ লগত সঙ্গতি ৰাখি মহানগৰীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত কালি অনুষ্ঠিত হয় শ্ৰমিক কল্যাণ দিৱস। শ্ৰমিক কল্যাণ বিভাগে আয়োজন কৰা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি চাহ জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী সঞ্জয় কৃষাণে কয় যে শ্ৰমিক সকলৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। মুখ্য মন্ত্ৰীৰ সবল নেতৃত্বত শ্ৰমিক সকলে এনে সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। দিৱসৰ লগত সংগতি ৰাখি তিনিটা উদ্যোগক সম্বৰ্দ্ধনা জনোৱা লগতে মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।এই দিৱসৰ কাৰ্যসূচীত শ্ৰমিক কল্যাণ বিভাগৰ সচিবৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান