গুৱাহাটী ডাউন টাউন হাস্পতাল আৰু হায়দৰাবাদৰ যশোদা হাস্পতালে যুটীয়া ভাৱে প্ৰথমটো যকৃৎ সংৰোপন সফলতাৰে সম্পন্ন কৰে। দুবছৰ ধৰি যকৃৎ ৰোগত আক্ৰান্ত হৈ থকা গোৱালপাৰাৰ জয়দেৱ দাসে চিকিৎসা কৰি আৰোগ্য লাভ কৰে। আজি তাজ ভিভান্টত অনুষ্ঠিত কৰা এক সংবাদমেলত ডাউন টাউন হাস্পতালৰ সঞ্চালক এন এন দত্তই কয় যে দুয়োখন হাস্পতালে যুটীয়াভাৱে এই অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰিছে। টীম ৱৰ্ক হিচাপে জয়দেৱ দাসৰ পত্নী ৰঞ্জু দাসে আগবঢোৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।অনুষ্ঠানত চিকিৎসা গ্ৰহণ কৰি আৰোগ্য লাভ কৰা ব্যক্তি জয়দেৱ দাসে সমূহ চিকিৎসকসকলক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত যশোদা হাস্পতালৰ সঞ্চালক জি এচ ৰাওৰ লগতে বহুকেইজন চিকিৎসক উপস্থিত থাকে।
Trending
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ