পৰিবৰ্ত্তন। শব্দটোৱে পৰিচয় বহন কৰে। এনে এক পৰিচয়ৰে উজলি উঠিছে এক সামাজিক সংগঠন। যিয়ে সমাজ, প্ৰকৃতিৰ সুৰক্ষাৰ বাবে চলাই আহিছে এক প্ৰচেষ্টা। উল্লেখযোগ্য যে এই সংগঠনটো মহানগৰীৰ বশিষ্ঠ অঞ্চলৰ বৰপথাৰ নামৰ ঠাইত অৱস্থিত। সমাজকৰ্মী, প্ৰকৃতিপ্ৰেমী অলক পাঠকৰ প্ৰচেষ্টাত এনে এটা সংগঠনে প্ৰাণ পাই উঠিছে। আজি পৰিবৰ্তনৰ উদ্যোগত সংস্কৃতিৰ উন্নয়ন সাধন, পৰম্পৰাৰ সমন্বয়ৰ উদ্দেশ্যে sanskritik mandala শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে অসম তথা উত্তৰপূবৰ ভাৰতৰ লগতে ইউৰোপৰ একাংশ শিল্পীয়ে।অনুষ্ঠানৰ লগত সংগতি ৰাখি সংগীত, ফটোগ্ৰাফী, চিত্ৰাংকন আদিবোৰ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অহা ১৮ ফেবৰুৱাৰীত কলাক্ষেত্ৰ এই অনুষ্ঠানৰে প্ৰদৰ্শনী অনুষ্ঠিত হ’ব বুলি আয়োজকে জানিবলৈ দিছে।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
