ৰাজ্যৰ ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকতসমূহৰ বিভিন্ন সমস্যাৰ সমাধান আৰু বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি নকৈ গঠন হোৱা সদৌ অসম সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকত সন্থাৰ গুৰুত্বপূৰ্ণ তথা প্ৰথমটো কাৰ্যকৰী সভা আজি অনুষ্ঠিত হয়৷ গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত দিনৰ ১১ বজাত সন্থাৰ সভাপতি অৰুণ ভাগৱতীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত ৰাজ্যৰ ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকতসমূহৰ বিভিন্ন সমস্যা আৰু বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ সুৰক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়৷ সন্থাৰ সাধাৰণ সম্পাদক আকবৰ মজুমদাৰে আঁত ধৰা সভাখনত এই বিষয়সমূহক লৈ সন্থাৰ এক প্ৰতিনিধি দলে অতি শীঘ্ৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ প্ৰয়োজনীয়তাকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem