আজি গুৱাহাটী চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ দেৱালয়ৰ বাকৰিত বীৰ লাচিত সেনা অসম,কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু নৱগ্ৰহ যুৱ সংঘৰ সহযোগত নৱগ্ৰহ দেৱালয়ৰ পূজাৰীকে ধৰি স্থানীয় ব্যক্তিসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজিত হয় ।দিনৰ ১১বজাৰ পৰা ২-৩০বজালৈ মুঠ ১৩৭ গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ব্যক্তিগত নাৰ্চি হোম মাৰোৱাৰী হস্পিটেলচে ৰোগীসকলক দিহা পৰামৰ্শ দিয়াৰ ওপৰি বহু পৰিমাণৰ ঔষধ যোগান ধৰে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud