এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি অসম জাতীয় বিদ্যালয়ৰ ১০০ শতাংশ শিক্ষার্থী উত্তীর্ণ হয়৷ ঘোষিত ফলাফল অনুসৰি বিদ্যালয়খনৰ ১৩৫গৰাকী শিক্ষার্থীৰ ভিতৰত ২৮গৰাকীয়ে ডিষ্টিংচন, ৩২গৰাকীয়ে ষ্টাৰ, ১০৯গৰাকীয়ে প্রথম বিভাগ আৰু ২৬গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰি উত্তীর্ণ হয়৷ অসমীয়া বিষয়ত ৫২গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰাৰ বিপৰীতে ইংৰাজী বিষয়ত ৫৪গৰাকীয়ে, বিজ্ঞান বিষয়ত ৪১, সমাজ বিজ্ঞানত ৪৮ আৰু গণিত বিষয়ত ৪০গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰে৷বৈকল্পিক বিষয়বোৰৰ ভিতৰত উচ্চ গণিত বিষয়ত ১৪গৰাকীয়ে, কম্পিউটাৰ বিজ্ঞানত ১৩গৰাকীয়ে, ভূগোলত ৪, সংগীতত ২, নৃত্যত ১৪, ছবি বিষয়ত ৩, হিন্দী বিষয়ত ৪ আৰু ইতিহাস বিষয়ত ৪গৰাকী শিক্ষার্থীয়ে লেটাৰ নম্বৰ লাভ কৰে৷
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem