বিজয়ৰ ধ্বজা অব্যাহত ৰাখিছে ধিং এক্সপ্ৰেছ হিমা দাসে ।স্মতব্য যে ৩সপ্তাহত ৫টাকৈ সোণৰ পদক লাভ কৰি সমগ্ৰ দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।হিমাৰ এই জয়যাত্ৰাত উৎফুল্লিত হৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে শচীন তেণ্ডুলকাৰে।হিমাৰ এই সফলতাৰ সম্পৰ্কত পিতৃ ৰঞ্জিত দাসে আজি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে -হিমাৰ সাফল্যক লৈ আমি গৌৰৱান্বিত ।আশা কৰিছো অলিম্পিকতো হিমাৰ এই প্ৰদৰ্শন অটুট থাকে ।
Trending
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা
- গোলাই চোৰ ২০২৫ বৰ্ষৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ
- নৱম ৰাষ্ট্ৰীয় লন বল চেম্পিয়ন শ্বিপ অনুষ্ঠিত
- NDRF RESCUED A DISTRESSED CIVILIAN FROM RIVER BRAHMAPUTRA
- NDRF RESCUED A DISTRESSED CIVILIAN FROM RIVER BRAHMAPUTRA
- দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত শৃংখলাবদ্ধভাবে সমূহীয়া মৎস চিকাৰৰ প্ৰস্তুতি
- অসম আৰক্ষীৰ মহা পৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সাহসী বঁটা প্ৰদান
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত ২০২৪ সেৱা কাৰ্যসূচীৰ সামৰণি