যোৱা বুধবাৰে নগাঁও জিলাৰ বামুণী পাহাৰৰ কঠিয়াতলী ফৰেষ্ট ৰেঞ্জত সংঘটিত হৈছিল এক কৰুণ দূৰ্ঘটনা। যাৰ ফলস্বৰুপে ১৮ টাকৈ হাতীয়ে ৰহস্য জনকভাবে প্ৰাণ ত্যাগ কৰিছিল। এই হাতীৰ মৃত্যু হোৱা খবৰ পায়েই কঠিয়াতলী ফৰেষ্ট ৰেঞ্জত পৰিবেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হয় আৰু পৰিস্থিতি বুজ লয়। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰি মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ই অতিকৈ দুৰ্ভাগ্যজনক আৰু এয়া হয়টো বজ্ৰপাতৰ ফলতেই হয়টো এনে ঘটনা সংঘটিত হ’ব পাৰে বুলি তেওঁ ব্যক্ত কৰে আৰু লগতে কয় যে প’ষ্টমৰটেণ্ট ৰিপ’ৰ্টতেহে কি ধৰণৰ ঘটনা এনেকৈ সংঘটিত হ’ল সেয়া জানিব পৰা যাব।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন