১৯ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন।এই অধিৱেশনত ৩ খন অধ্যাদেশ, ১৭ খন নতুন বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে।অধিৱেশনৰ প্ৰাকমুহূৰ্তত শনিবাৰে আহ্বান কৰিছে এক সৰ্বদলীয় বৈঠক।দিনৰ ১১বজাত অনুষ্ঠিত হ’ব এই সৰ্বদলীয় বৈঠক।আনহাতে বয়লি ৩ বজাত অনুষ্ঠিত হ’ব এন ডি এৰ এক গুৰুত্বপূৰ্ণ বৈঠক।এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত প্ৰেট্ৰ’ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগই সংসদ উত্তাল কৰাৰ সম্ভাৱনা আছে।আনহাতে ক’ভিড সৃষ্টি পৰিৱেশ, ভগ্নপ্ৰায় অৰ্থনীতি আদি বিষয়েও এই অধিৱেশনত স্থান লাভ কৰিব।
Trending
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
- Northeast united FC aim to finish season with hat trick of wins