সমাগত লোকসভা নিৰ্বাচন ।নিৰ্বাচনীৰ প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছে ।অহা ৩১মাৰ্চত প্ৰধান মন্ত্ৰীয়ে ভাৰতৰ ৫০০ টা বিভিন্ন স্থানত ভিডিঅ’ কনফাৰেন্স জৰিয়তে মত বিনিময় কৰিব।এই কনফাৰেন্সত সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি বিভিন্ন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব ।অসমৰ ১৪টা স্থানত এই ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত হ’ব।এই কথা জানিবলৈ দি অলপতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে ভিডিঅ’ কনফাৰেন্স সময়ত কৰিমগঞ্জত পৰিমল শুক্লবৈদ্য থাকিব, নগাঁৱত সিদ্ধাৰ্থ ভট্টাচাৰ্য,যোৰহাটত হিমন্ত বিশ্ব শৰ্মা,গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডিফুত মন্ত্ৰী পিযুষ হাজৰিকা, কোকৰাঝাৰৰ চন্দ্ৰ মোহন পাটোৱাৰী,তেজপুৰত ৰঞ্জিত দত্ত,ডিব্ৰুগডত ৰমেন ডেকা, লক্ষিমপুৰত নৱ কুমাৰ দলে উপস্থিত থাকিব ।
Trending
- নৱম ৰাষ্ট্ৰীয় লন বল চেম্পিয়ন শ্বিপ অনুষ্ঠিত
- NDRF RESCUED A DISTRESSED CIVILIAN FROM RIVER BRAHMAPUTRA
- NDRF RESCUED A DISTRESSED CIVILIAN FROM RIVER BRAHMAPUTRA
- দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত শৃংখলাবদ্ধভাবে সমূহীয়া মৎস চিকাৰৰ প্ৰস্তুতি
- অসম আৰক্ষীৰ মহা পৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সাহসী বঁটা প্ৰদান
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত ২০২৪ সেৱা কাৰ্যসূচীৰ সামৰণি
- ধুবুৰীৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী হাজৰীকাৰ, জৰুৰীকালীন খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ আশ্বাস
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মধ্য, দক্ষিণ, দক্ষিণ-পূব এছিয়াৰ আন্তর্জাতিক সম্মিলনৰ আয়োজন
- শ্ৰদ্ধাঞ্জলি কাননত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত ব্যতিক্ৰমী কাৰ্যসূচী
- জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন