ৰাজ কুমাৰ ঠাকুৰীয়াই ৩০টা দৰিদ্ৰ পৰিয়ালক খাদ্য যোগান ধৰিব

0 274

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে শিল্পী ৰাজ কুমাৰ ঠাকুৰীয়া।
 
মিৰ্জা বা সমীপৱৰ্তী অঞ্চলৰ ৩০টা দৰিদ্ৰ পৰিয়ালক ৫কেজিকৈ চাউল বিতৰণ কৰিব।এটা ফেচবুক পোষ্টৰ জৰিয়তে শিল্পীগৰাকীয়ে এই কথা জনায়।
 
অৱশ্যে তেখেতে লক ডাউন শেষ হোৱাৰ পিছতহে দৰিদ্ৰ সকলক সহায় কৰিব বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.