ৰীমা দাসে আৰ্থিক বৰঙণি আগবঢ়ালে

0 258

চলচিত্ৰ নিৰ্মাতা ৰীমা দাসে ক’ভিড ১৯ ৰ সৈতে যুঁজিবলৈ আৰ্থিক বৰঙণি আগবঢ়াইছে।
 
অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ১লাখ ১হেজাৰ টকা আগবঢ়াইছে ।
 
উল্লেখযোগ্য যে ইতিমধ্যে অসম চৰকাৰৰ আৰোগ্য নিধিত ১৫কোটি টকা জমা হৈছে ।এই মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

Leave A Reply

Your email address will not be published.