ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত উজলিল‌ অসমৰ শিশু বিজ্ঞানী

0 142

গুজৰাটত অনুষ্ঠিত সদ্য সমাপ্ত ‘ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ-২০২২’ত ১৬টা শ্ৰেষ্ঠ প্ৰকল্পৰ ভিতৰত অসমৰ দুটা প্ৰকল্পই স্থান লাভ কৰিছে।এই প্ৰকল্প দুটা হ’ল
শিৱানী সৃষ্টি লহকৰ আৰু দেৱাংশী সাহা শোণিতপুৰ জিলাৰ “Awareness on household Kitchen Waste Management and Eco-friendly Dyeing of Textile using Kitchen Waste.
আৰু তন্ময় ভৰালী আৰু তৰঙ্গিনী বৰা শিৱসাগৰ জিলাৰ “A Study on Life Style of Spider and its Role in Ecosystem.

পাকঘৰৰ আৱৰ্জনা নিষ্কাশন, অনুকূল পৰিৱেশ প্ৰস্তুতৰ প্ৰকল্প আগবঢ়াইছিল শিৱানীয়ে৷শিৱানী ছেইণ্ট যোচেফ কনভেণ্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী৷আনহাতে তন্ময় ভৰালী আৰু তৰংগিনী বৰা দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী।

Leave A Reply

Your email address will not be published.