নতুন দিল্লীস্থ এচ’ছিয়েচন অব ইণ্ডিয়ান ইউনিভাৰ্ছিটিজ(এ আই ইউ)ৰ উদ্যোগত উত্তৰ প্ৰদেশৰ নয়ডাৰ অমিতি বিশ্ববিদ্যালয়ত অহা ৩ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ৩৫ সংখ্যক ৰাষ্ট্ৰীয় মহোৎসৱখনৰ পৰ্যবেক্ষক হিচাপে এ আই ইউ এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিক নিযুক্তি দিছে।ইয়াৰ পূৰ্বে বিগত বৰ্ষত তামিলনাডুৰ আলাগাপ্পা বিশ্ববিদ্যালয়ত অনুষ্ঠিত দক্ষিণ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ এ আই ইউৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব নিয়াৰিকৈ পালন কৰিছিল।উল্লেখ্য ড০ ৰঞ্জন কুমাৰ কাকতি এ আই ইউ আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় মহোৎসৱৰ পৰ্যবেক্ষকৰ দায়িত্ব লাভ কৰা প্রথম গৰাকী অসমীয়া।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী