এইবাৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানীত হ’ব ত্ৰিপুৰাৰ কৃতি শিক্ষক

0 236

শিক্ষক দিৱস সমাগত।প্ৰতি বছৰে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় শিক্ষক বটাঁৰে কৃতি শিক্ষকক সন্মানিত কৰা হয়।এইবাৰ এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে ত্ৰিপুৰাৰ এজন শিক্ষক। উল্লেখযোগ্য যে প্ৰতিবছৰে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে শিক্ষক দিৱসত এই বঁটা প্ৰদান কৰি আহিছে।
 
 
 
 
জানিব পৰা মতে ১৫৩ শিক্ষকে এই বঁটাৰ বাবে আবেদন কৰিছিল । ইয়াৰে মাত্ৰ ৪৭ গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা বাবে নিৰ্বাচিত কৰা হৈছে । তাৰ মাজত ত্ৰিপুৰাৰ টিলাবজাৰ স্কুলৰ সঞ্জয় দাস অন্যতম ।

Leave A Reply

Your email address will not be published.