ৰাসৰ উখল মাখল পৰিবেশ মাজুলীত

0 267

সত্ৰ নগৰী মাজুলীত এতিয়া উখল মাখল পৰিবেশ।৫০০ বছৰীয়া পৰম্পৰা আৰু আধ্যাত্মিকতাৰ সংমিশ্ৰণৰে মাজুলীত আৰম্ভ হৈ ৰাস মহোৎসৱ ।দেশী বিদেশী পৰ্যটকে মাজুলীত ভিৰ কৰিছে। মাজুলী কমলাবাৰী ফেৰী ঘাটৰ পৰা পৰ্যটকক আদৰিবলৈ মাজুলীবাসীয়ে সাজু হৈ উঠিছে ।উল্লেখযোগ্য যে মাজুলীৰ ৫২খন ৰংগমঞ্চত এইবাৰ ৰাস মঞ্চস্থ হ’ব।ঠাই বিশেষে তিনি দিনীয়া,সাদিনীয়াকৈ ৰাস মহোৎসৱ অনুুষ্ঠিত হ’ব । সহযোগ কৰিলে মাজুলীৰ পৰা জ্যোতিষ তামুলীয়ে।

Leave A Reply

Your email address will not be published.