ক`ভিড মহামাৰীৰ সমান্তৰালভাৱে চৰ্চিত হৈছে ক’ভিডৰ বিভিন্ন দৰৱৰ বিষয়ে। কাৰণ ক’ভিড মহামাৰীক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ঔষধৰ বহু ভূমিকা আছে। এই ক্ষেত্ৰত 2- DG নামৰ দৰৱবিধ প্ৰস্তুত কৰাৰ আঁৰত আছে এগৰাকী অসম সন্তান। কৰিমগঞ্জৰ জুবিলী পুৰকায়স্থ নামৰ যুৱতী গৰাকীয়ে DRDO (Defence Research And Development Organisation)ৰ অধীনত INMAS (Institute Of Nuclear Medicine And Allied Sciences)ৰ এটি দলৰ লগত মিলিত হৈ ঔষধ প্ৰস্তুত কৰিছে। ৪৪ নং মহিষাসন প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি পাতু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হৈছিল। তাৰ পাছত কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি জুবিলী পুৰকায়স্থ ভৰ্তি হৈছিল যোৰহাটস্থিত Regional Research Laboratory(RRL)ত আৰু তাতেই ডিগ্ৰী সমাপ্ত কৰি DRDOৰ Defence Research Laboratoryত এগৰাকী বিজ্ঞানী হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে জুবিলী মাকৰ লগত দিল্লীত থাকে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem