চাওতে চাওতে nefocus.com ৰ এটা বছৰে মেলানি মগা দিন সমাগত এই বৰ্ষপুৰ্তিৰ প্ৰাকক্ষণত আজি গুৱাহাটীত দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেল অনুষ্ঠিত হয়। অনাগত দিনৰ কাৰ্য্য পন্থা সমাজৰ আগত দাঙি ধৰাৰ তথা সকলো ৰাইজক অৱগত কৰাৰ উদ্দেশ্যেৰে সংবাদ মেলখন অনুষ্ঠিত হয়। সংবাদমেল খনত বিশিষ্ট অতিথি হিচাপে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তী উপস্থিত থাকে। তেখেত ভাষণ প্ৰসংগত ইতিবাচক খবৰৰ আৰু নেতিবাচক খবৰৰ প্ৰাসংগিকতা সম্পৰ্কে ভাষণ ৰাখে। ইয়াৰ সমান্তৰালকে বিগত বৰ্ষৰ খতিয়ান দাঙি ধৰি এটা Video Clip প্ৰৰ্দশন হয়। Youtube ত Video টো চাবলৈ হ’লে First Anniversary nefocus.com বুলি search কৰিব লাগিব। উল্লেখযোগ্য যে nefocus.com হ’ল ইতিবাচক খবৰ সমৃদ্ধ অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমটো নিউজ পৰ্টেল।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
2 Comments
Leave A Reply
Cancel Reply
ধন্যবাদ Nefocus ৰ সকলো কৰ্মকৰ্তালৈ
Congratulation