চাওতে চাওতে nefocus.com ৰ এটা বছৰে মেলানি মগা দিন সমাগত এই বৰ্ষপুৰ্তিৰ প্ৰাকক্ষণত আজি গুৱাহাটীত দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেল অনুষ্ঠিত হয়। অনাগত দিনৰ কাৰ্য্য পন্থা সমাজৰ আগত দাঙি ধৰাৰ তথা সকলো ৰাইজক অৱগত কৰাৰ উদ্দেশ্যেৰে সংবাদ মেলখন অনুষ্ঠিত হয়। সংবাদমেল খনত বিশিষ্ট অতিথি হিচাপে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তী উপস্থিত থাকে। তেখেত ভাষণ প্ৰসংগত ইতিবাচক খবৰৰ আৰু নেতিবাচক খবৰৰ প্ৰাসংগিকতা সম্পৰ্কে ভাষণ ৰাখে। ইয়াৰ সমান্তৰালকে বিগত বৰ্ষৰ খতিয়ান দাঙি ধৰি এটা Video Clip প্ৰৰ্দশন হয়। Youtube ত Video টো চাবলৈ হ’লে First Anniversary nefocus.com বুলি search কৰিব লাগিব। উল্লেখযোগ্য যে nefocus.com হ’ল ইতিবাচক খবৰ সমৃদ্ধ অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমটো নিউজ পৰ্টেল।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
2 Comments
Leave A Reply
Cancel Reply
ধন্যবাদ Nefocus ৰ সকলো কৰ্মকৰ্তালৈ
Congratulation