সমাগত লোকসভা নিৰ্বাচন ।নিৰ্বাচনীৰ প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছে ।অহা ৩১মাৰ্চত প্ৰধান মন্ত্ৰীয়ে ভাৰতৰ ৫০০ টা বিভিন্ন স্থানত ভিডিঅ’ কনফাৰেন্স জৰিয়তে মত বিনিময় কৰিব।এই কনফাৰেন্সত সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি বিভিন্ন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব ।অসমৰ ১৪টা স্থানত এই ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত হ’ব।এই কথা জানিবলৈ দি অলপতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে ভিডিঅ’ কনফাৰেন্স সময়ত কৰিমগঞ্জত পৰিমল শুক্লবৈদ্য থাকিব, নগাঁৱত সিদ্ধাৰ্থ ভট্টাচাৰ্য,যোৰহাটত হিমন্ত বিশ্ব শৰ্মা,গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডিফুত মন্ত্ৰী পিযুষ হাজৰিকা, কোকৰাঝাৰৰ চন্দ্ৰ মোহন পাটোৱাৰী,তেজপুৰত ৰঞ্জিত দত্ত,ডিব্ৰুগডত ৰমেন ডেকা, লক্ষিমপুৰত নৱ কুমাৰ দলে উপস্থিত থাকিব ।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন