একত্ৰিত হ’ল অসমৰ ইউটিউৱাৰ

0 657

ইউটিউৱ হ’ব পাৰে আপোনাৰ কেৰিয়াৰৰ অন্যতম মাধ্যম।অসমৰ ইউটিউৱাৰে কেনেধৰণৰ ভিডিঅ’ক প্ৰাধান্য দিয়া উচিত, অশ্লীল ভিডিঅ’সমূহ কেনেদৰে ৰিপ’ৰ্ট কৰিব লাগে ইত্যাদি সকলো বিষয় সামৰি কালি শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত হ’ল ইউটিউৱাৰৰ সমাৰোহ ।শিৱসাগৰৰ ভাস্কৰ দত্তৰ লগতে অসমৰ ইউটিউৱ কমিউনিটিয়ে  আয়োজন কৰা এই সমাৰোহখনত অসম বিভিন্ন প্ৰান্তৰ ৮০ গৰাকী ইউটিউৱাৰে অংশগ্ৰহণ কৰে।লগতে চাৰি শতাধিক অনুৰাগী উপস্থিত থাকে।উল্লেখযোগ্য যে ইতিপূৰ্বেও কলাক্ষেত্ৰত, নলবাৰীত ইউটিউৱাৰত মিট অনুষ্ঠিত হৈছিল ।

Leave A Reply

Your email address will not be published.