অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভোট গণনাৰ ভিতৰত ৯টা সমষ্টিত বিজেপি, ৩টা সমষ্টিত কংগ্ৰেছে আৰু ১টা সমষ্টিত অন্যান্য দলৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে।আমালৈ অহা তথ্য অনুসৰি গুৱাহাটীত বিজেপি প্ৰাৰ্থী কুইন ওজা, লক্ষীমপুৰত প্ৰদান বৰুৱা,যোৰহাটত সুশান্ত বুঢাগোহাঁই ,কোকৰাঝাৰত নৱ শৰণীয়া, কলিয়াবৰত গৌৰৱ গগৈ, ধুবুৰীত বদৰুদ্দিন আজমল,শিলচৰত সুস্মিতা দেৱ, তেজপুৰত পল্লৱ লোচন দাস আগবাঢ়ি আছে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী