গৃহসজ্জাৰ অত্যাধুনিক শ্ব’ৰুম মুকলি

0 514

ইনচাইড ষ্ট’ৰী শীৰ্ষক এটা গৃহসজ্জাৰ অত্যাধুনিক সা সামগ্ৰীৰ এটা শ্ব’ৰুম আজি মুকলি হয়।মহানগৰীৰ ভঙাগডস্থিত শ্ব’ৰুমটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰে মন্ত্ৰী নৱ কুমাৰ দলেই ।উল্লেখযোগ্য যে শ্ব’ৰুমটোত ৰন্ধন ঘৰৰ অত্যাধুনিক সা সামগ্ৰীৰ লগতে ঘৰ সজোৱা বিভিন্ন সামগ্ৰী উপলব্ধ আছে ।

Leave A Reply

Your email address will not be published.