আজি ১৪ নবেম্বৰ । পণ্ডিত নেহৰু জন্ম দিন। সমগ্ৰ দেশে আজিৰ দিনটো শিশু দিৱস হিচাপে পালন কৰে। নেহৰুৱে শিশু সকলক ভাল পাইছিল। আচলতে আমি সকলোৱে শিশু সকলক ভাল পাব লাগে, শ্ৰদ্ধা কৰিব লাগে আৰু শিশুসকলৰ আধিকাৰ আৰু সুৰক্ষাৰ প্ৰতি সজাগ, সচেতন হ’ব লাগে। বহু সময়ত আধিকাৰ আৰু সুৰক্ষাৰ খৰ্ব হোৱা দেখা যায়। আজিও বহু ফুলকুমলীয়া শিশুক হোটেল, ইটা ভাটা, ফ্লেট সমূহত কাৰোবাৰ ঘৰত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে। ই আমাৰ বাবে অতি পৰিতাপৰ কথা । আজি শিশু কালিলৈ দেশৰ ধৰণী। গতিকে শিশুসকলৰ শৈশৱটো যাতে পংগু নহয় তাৰ বাবে আমি সকলোৱে সচেষ্ট থকা উচিত । নেহৰু ক শ্ৰদ্ধা জনাই শিশু দিবস পালনৰ প্ৰাসংগিতা তেতিয়াহে হ’ব, যেতিয়া সকলো দিশ সুকলমে কাৰ্য্যকৰী হ’ব। পুনৰ সকলোকে শিশু দিৱসৰ শুভেচ্ছা জনাইছো।
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত