অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ সুদিন আহিছে।এই কথা প্ৰমাণ কৰিলে জুবিন গাৰ্গৰ কাঞ্চনজংঘাই।দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিৰ পৰিপ্ৰেক্ষিতত মুক্তি দিনাৰে পৰা কাঞ্চনজংঘাই ৪০লাখৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।সম্প্ৰতি গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন ছবিগৃহত চলি আছে ।উল্লেখযোগ্য যে কাঞ্চনজংঘাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে ।
Trending
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ