ভাৰতত উদযাপিত উৎসৱ সমূহৰ ভিতৰত দীপাৱলী উৎসৱ বিশেষভাৱে গুৰুত্বপূৰ্ণ ।কিয়নো দীপাৱলী উৎসৱ বিভিন্ন ধৰ্ম,সম্প্ৰদায়ৰ লোকে নিজা নিজা ধৰ্মীয় আচাৰ অনুসৰি পালন কৰি আহিছে।হিন্দু ধৰ্মীয় লোক সকলৰ ধৰ্মীয় বিশ্বাস অনুসৰি ৰাম চন্দ্ৰ বনবাসৰ খাতি অযোধ্যালৈ অহাৰ দিন ধৰি দীপাৱলী উদযাপিত হৈ আহিছে।আনহাতে জৈন সকলৰ বিশ্বাস অনুসৰি মহাবীৰ জৈনে দীপাৱলীৰ দিনা মোক্ষ প্ৰাপ্তি কৰে।ধৰ্মীয় বিচাৰ অথবা মত যিয়ে নহওক কিয় দীপাৱলীত প্ৰত্যেকেই চাকি,বন্তি জ্বলায়,ফুলজাৰি,ফটকা ফুটাই আনন্দ কৰে।সেয়েহে দীপাৱলীক পোহৰৰ উৎসৱ বুলি কোৱা হয়।দীপাৱলী ভাৰতৰ লগতে নেপাল,চিংগাপুৰ,শ্ৰীলংকা,অষ্টেলিয়া,মলোছিয়া আদিতো উদযাপিত হয়।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা