প্ৰকৃতি সুৰক্ষা সমন্ধিত বিভিন্ন পদক্ষেপ সমূহ চৰকাৰে গ্ৰহণ কৰি থকা সময়তে এজন বিশেষ ব্যক্তিৰ নাম চৰ্চালৈ আহিছে।মহানগৰীৰ চুপুৰাজ গগৈ আৰু সংগীতা ভট্ৰাচাৰ্য্য নামৰ দম্পতিদ্বয়ে চাইকেল টুৰিজিম প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ বাবে প্ৰচেষ্টা চলাই আহিছে।ইতিমধ্যে গুৱাহাটী পৰা অৰুণাচলৰ তেজুলৈকে তেওঁলোকে চাইকেলেৰে যাত্ৰা কৰিছে।ইয়াৰ উপৰিও নেটভেঞ্চাৰ নামৰ ষ্টাৰ্ট আপৰ জৰিয়তে দুসাহসিক ক্ৰীডা প্ৰসাৰৰ বাবে প্ৰচেষ্টা হাতত লৈছে।চুপুৰাজ গগৈৰ এনে প্ৰচেষ্টা হাজাৰজনৰ পথেয় হওক,আমি জনালো অলেখ শুভকামনা।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ