অ’ চেনাই মই যাওঁ দেই..বিহুতে আহিম গৈ..তেতিয়া গাই যাম গীত..বিহুতে আহিম বুলি কৈ এৰি থৈ যোৱা দীপালী বৰঠাকুৰ আজিও ঘূৰি নাহিল ।তেখেতৰ সোঁৱৰণত প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষ্যে বেলতলা সৌৰভ নগৰস্থিত বাসগৃহত আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।বসুন্ধৰা কলা নিকতনে আয়োজন কৰা প্ৰথম মৃত্যুবার্ষিকীৰ অনুষ্ঠানটোৰ পিছত নামপ্ৰসংগ অনুষ্ঠিত হয় । শিল্পী নীলপৱন বৰুৱা,কণ্ঠশিল্পী সংগীতা বৰঠাকুৰকে ধৰি বহুকেইগৰাকী শুভাকাংক্ষী উপস্থিত থাকে।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন