ভাৰতীয় ৰেলে দুখন ব্যক্তিগত ৰেল চলোৱাৰ কথা ঘোষণা কৰিছে।তথ্য অনুসৰি গুৱাহাটীৰ পৰা উত্তৰ-পূবৰ বাহিৰলৈ এই ৰেলসেৱা চলিব।গুৱাহাটী-মুম্বাই আৰু গুৱাহাটী-তিৰুৱন্তপুৰম হৈ চলিব লগা এই ৰেলসেৱা জানুৱাৰী মাহৰ ভিতৰতে সম্পন্ন কৰা হ’ব বুলি শীৰ্ষ ৰে’ল বিষয়াই জানিবলৈ দিয়ে।ইতিমধ্যে দেশৰ ১০০ টা নিৰ্বাচিত ব্যক্তিগত ৰেল পথ চিনাক্ত কৰাৰ তথ্য দিছে ৰেল বৰ্ডৰ সঞ্চালক বিনোদ কুমাৰ যাদৱে।উল্লেখ্য যে যোৱা ৮ অক্টোবৰত দেশৰ প্ৰথমখন ব্যক্তিগত ৰে’ল তেজছ এক্সপ্রেছ মুকলি কৰে।জানিব পৰা মতে বিত্ত মন্ত্ৰালয়ে দেশজুৰি মুঠ ১৫০ খন যাত্ৰীবাহী ৰেল চলোৱাৰ পৰিকল্পনা হাতত লৈছে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল