আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা।যুগ যুগ ধৰি এই মেলাখন বিনিময় প্ৰথাৰে অনুষ্ঠিত হৈ আহিছে । এই মেলাখন জাগীৰোডৰ জোনবিল পাৰত অনুষ্ঠিত হয়।জোনবিল মেলা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে । জোনবিল মেলাৰ উপলক্ষে তিৱা স্বায়ত্ব শাসিত পৰিষদে বিশেষ তৎপৰতা অৱলম্বন কৰা দেখা গৈছে । ইতিমধ্যে কাৰ্বি পাহাৰৰ পৰা বহু জনজাতীয় লোক মেলাত অংশ গ্ৰহণ বাবে ৰাওনা হৈছে।উল্লেখযোগ্য যে শনিবাৰে গোভা ৰজা দৰবাৰ বঢ়িব হ’ব বুলি জানিব পৰা গৈছে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি