খেলো ইণ্ডিয়া গেমছৰ সামৰণি অনুষ্ঠান অহা ২২ জানুৱাৰীৰ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।এই সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰণ ৰিজিজু আৰু বলিউডৰ অভিনেতা বিবেক অবেয়ৰ উপস্থিত থাকিব।সামৰণি অনুষ্ঠানত চীনৰ মাৰ্চেল আৰ্ট প্ৰদৰ্শিত হ’ব ।এই মন্তব্য খেলো ইণ্ডিয়াৰ চি ই অ’ অভিনাশ যোশীৰ।খেলো ইণ্ডিয়াৰ গেমছত অসমে সম্প্ৰতি সপ্তম স্থান অধিকাৰ কৰাৰ কথা জানিবলৈ দি যোশীয়ে কয় যে আগন্তুক দিনত অসমৰ খেলুৱৈয়ে অধিক অগ্ৰগতি লাভ কৰিব বুলি আমি আশাবাদী ।লগতে খেলো ইণ্ডিয়া গেমছৰ সামৰণি অনুষ্ঠানৰ সাক্ষী হ’বলৈ সকলোকে আহ্বান জনায়।
Trending
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা