যাদৱ পায়েঙে লাভ কৰিলে পইণ্ট অৱ লাইটচ বঁটা

0 517

পদ্মশ্ৰী যাদৱ পায়েঙে লাভ কৰিছে Points of Light বঁটা।ব্ৰিটিছৰ হাই কমিছনাৰে বুধবাৰে নিশা যাদৱ পায়েঙক এই বঁটাৰে সন্মানিত কৰে।
 
 
উল্লেখযোগ্য যে ব্ৰিটিছ হাই কমিছনাৰে এক বিশেষ সমাৰোহত অৰণ্য মানৱ যাদৱ পায়েঙক সন্মান প্ৰদৰ্শন কৰিবলৈ কালি এই সমাৰোহখন আয়োজন কৰিছিল।
 
এই সমাৰোহৰ দায়িত্ব বহন কৰে ব্ৰিটিছ হাই কমিছনাৰ কনছুল জেনেৰেল নিক’লয়ে।

Leave A Reply

Your email address will not be published.