অৰ্জুন বঁটা লাভ কৰিলে লাভলীনাই

0 261

প্ৰথমবাৰৰ বাবে ভাৰ্চুৱেলী বঁটা গ্ৰহণ কৰিলে বক্সাৰ লাভলীনা বৰগোঁহায়ে।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ্ৰে ভাৰ্চুৱেলী অৰ্জুন বঁটা আগবঢ়ায়।উল্লেখযোগ্য যে ক’ৰণা ভাইৰাছৰ প্ৰাৰ্দুভাৱৰ বাবে এইবাৰ ভাৰ্চুৱেলী ৰাষ্ট্ৰীয় ক্ৰীড়া সমূহ বঁটা প্ৰদান কৰা হৈছে।
 
 
 
 
 
২০১৮ চনৰ পৰা মহিলা বক্সিঙৰ জৰিয়তে নিজৰ প্ৰতিভা উজ্বলাই তুলিবলৈ সক্ষম হোৱা লাভলীনাই বহুকেইটা ৰাজ্যিক ,ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা লাভ কৰিছে।উল্লেখযোগ্য হে লাভলীনা বৰগোঁহাই অৰ্জুন বঁটা লাভ কৰা অসমৰ ষষ্ঠ গৰাকী ক্ৰীড়াবিদ । প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এই অনুষ্ঠানত ২৭গৰাকীক বঁটা প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.