এছ এছ বি খানাপাৰাস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত ১৫ ছেপ্টেম্বৰৰ পৰা স্বচ্ছতা পষেক পালন কৰা হয়। বিভিন্ন কাৰ্যসূচীৰে পালন কৰা এই পষেক ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা সামৰণি পৰিব । আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২৬ ছেপ্টেম্বৰত বশিষ্ঠ মন্দিৰ চৌহদত এক চাফাই অভিযান চলোৱা হয় ।এছ এছ বি ৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ উপ মহাপৰিদৰ্শক সঞ্জীৱ শৰ্মা আৰু চেকেণ্ড ইন কমাণ্ড আই এছ পানমেইৰ নেতৃত্বত বাহিনীটোৰ বিষয়া ,জোৱান সকলে সমগ্ৰ মন্দিৰ চৌহদত থকা জাৱৰ জোথৰ সমূহ চাফ – চিকুণ কৰি আঁতৰ কৰে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী