ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন চি চি) গুৱাহাটী গ্ৰুপৰ অধীনৰ নৌ শাখাৰ গুৱাহাটীস্থিত ৪৮ আসাম নেভেল ইউনিটৰ কেডেট সকলে ইয়াৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে ৩১ ডিচেম্বৰত চানমাৰিৰ গণসাৰথি বৃদ্ধাশ্ৰমত আবাসী সকলৰ মাজত সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰে। এন চি চি ৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জে চি তালুকদাৰৰ নেতৃত্বত নেভেল ইউনিটৰ ২৫ জনীয়া কেডেটৰ দলটোৱে আবাসী সকলৰ মাজত শীত নিবাৰণৰ বাবে কাপোৰ,কম্বল আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ব্ৰিগেডিয়াৰ জে চি তালুকদাৰে কেডেট সকলে যাতে সমাজ সেৱাৰ জৰিয়তে অভাৱগ্ৰস্ত প্ৰয়োজন অনুসৰি সহায়ৰ হাত আগবঢ়াব পাৰে তাৰ বাবে এন চি চি ৰ ফালৰ পৰা সময়ে সময়ে এনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে।
Trending
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা