অসমৰ থলুৱা লোককলা পুতলা নাচ আধাৰিত তথা ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্ এ পাপেটয়ে পুনৰ বিদেশৰ ভূমিৰ পৰা অসমবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱৰ বতৰা৷ দক্ষিণ আমেৰিকাৰ সাংস্কৃতিক ভাৱে চহকী ৰাষ্ট্ৰ চিলি আৰু ইউৰোপ তথা বিশ্বৰ চলচ্চিত্ৰ জগতলৈ অনবদ্য বৰঙনি আগবঢ়োৱা ৰাষ্ট্ৰ চুইডেনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত উজলি উঠিছে অসমৰ পুতলা নাচ ভিত্তিক চলচ্চিত্ৰ “লাইফ ইন্ এ পাপেট”৷দুয়োখন চলচ্চিত্ৰ সমাৰোহতে বিশ্বৰ নামী দামী আৰু বিগ বাজেটৰ চলচ্চিত্ৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ “লাইফ ইন এ পাপেটয়ে লাভ কৰা সাফল্য অসমৰ চলচ্চিত্ৰ জগতৰ বাবে এক যোগাত্মক খবৰ হিচাপে চিহ্নিত হৈছে৷
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ