অসমৰ থলুৱা লোককলা পুতলা নাচ আধাৰিত তথা ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্ এ পাপেটয়ে পুনৰ বিদেশৰ ভূমিৰ পৰা অসমবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱৰ বতৰা৷ দক্ষিণ আমেৰিকাৰ সাংস্কৃতিক ভাৱে চহকী ৰাষ্ট্ৰ চিলি আৰু ইউৰোপ তথা বিশ্বৰ চলচ্চিত্ৰ জগতলৈ অনবদ্য বৰঙনি আগবঢ়োৱা ৰাষ্ট্ৰ চুইডেনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত উজলি উঠিছে অসমৰ পুতলা নাচ ভিত্তিক চলচ্চিত্ৰ “লাইফ ইন্ এ পাপেট”৷দুয়োখন চলচ্চিত্ৰ সমাৰোহতে বিশ্বৰ নামী দামী আৰু বিগ বাজেটৰ চলচ্চিত্ৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ “লাইফ ইন এ পাপেটয়ে লাভ কৰা সাফল্য অসমৰ চলচ্চিত্ৰ জগতৰ বাবে এক যোগাত্মক খবৰ হিচাপে চিহ্নিত হৈছে৷
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন