বিহুৰ উদযাপন বাবে প্ৰস্তুত কৰা হ’ব বিশেষ SOP। ক’ভিড ভয়াৱহতা প্ৰতি লক্ষ্য ৰাখি এই কথা ঘোষণা কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই । এই SOP ত থাকিব কিছুমান নীতি নিৰ্দেশনা। এই SOP অনুসৰি এইবাৰ পালন কৰিব লাগিব বিহু। উল্লেখ কৰা অনুযায়ী নিশা ১২ বজালৈকে বিহুৰ অনুষ্ঠান উদযাপন কৰিব পাৰিব বিহু ।১২ বজাৰ পিছত কোনো ধৰণৰ অনুষ্ঠান চলিব নোৱাৰিব।বিহু অনুষ্ঠানত সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।দৰ্শক সকলেও সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ।উল্লেখযোগ্য যে এইবাৰ বিহুত কোনো ধৰণৰ লক ডাউন নহয়।ভালদৰে যাতে বিহু উদযাপন কৰা যায় তাৰ বাবেও ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে।
Trending
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন
- খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ