কৃষিকৰ্মৰে উজলিছে ডিব্ৰুগড় জকাই দেউৰী গাঁৱৰ এজন যুৱক

0 471

সম্প্রতি অসমত নিবনুৱা সমস্যা ভয়াবহভাৱে গা কৰি উঠিছে। বিশেষকৈ ক’ভিড কেন্দ্ৰিক পৰিস্থিতিৰ বাবে বহু যুৱক যুৱতীয়ে হেৰুৱাইছে কৰ্মসংস্থাপন।তেনে সময়তে কৃষিকৰ্ম জৰিয়তে জিলিকি উঠিছে ডিব্ৰুগড় জকাই দেউৰী গাঁৱৰ এজন যুৱক।যুৱকজনৰ নাম তৰুণজ্যোতি দেউৰী।তেখেতে এহেজাৰো অধিক মাটি কঁঠাল,চাৰি বিঘাৰ মাটিত অমিতা লগতে লাও খেতি কৰি নিৰ্দশন দাঙি ধৰিছে ।উল্লেখযোগ্য যে কৃষিকৰ্ম সমান্তৰাল ভাৱে যুৱক জনে সংগীতৰো চৰ্চা কৰে।

Leave A Reply

Your email address will not be published.