বিশ্ব সংস্কৃত দিৱস অহা দেওবাৰে পালন কৰা হ’ব। এই দিৱসৰ লগত সংগতি ৰাখি পেট্ৰ`টিক পিপ’লছ ফণ্ট অসমে সংস্কৃতক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিবলৈ আহ্বান জনাইছে।সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ৩৫০০ হাজাৰ বছৰৰ আগৰ পৰাই সংস্কৃতৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়।লগতে উত্তৰ পূব ভাৰতৰ কামৰূপ তথা আহোমৰ শাসনটো সংস্কৃতে মান্যতা লাভ কৰিছিল।অসমৰ পণ্ডিত আনন্দ ৰাম বৰুৱাই পৃথিৱীৰ প্ৰাচীনতম এই ভাষাৰ উৎকৰ্ষ সাধনৰ বাবে আত্মনিয়োগ কৰিছিল।ভাৰতবৰ্ষত এতিয়াও কিছু কিছু সংস্কৃত ভাষা ব্যৱহাৰ হৈ আছে।আনকি পৃথিৱীৰ বিভিন্ন দেশৰ উচ্চ শিক্ষানুষ্ঠানত সংস্কৃত বিষয়ে অধ্যয়ন কৰা হয়।উত্তৰাখণ্ড সংস্কৃতে ৰাজ্যিক ভাষাৰ মৰ্য্যদা লাভ কৰি আহিছে।সেয়ে পি পি এফে সংস্কৃত ভাষাক কিছু সৰলীকৃত কৰি জনসাধাৰণৰ ব্যৱহাৰৰ বাবে উপযুক্ত কৰি তুলিবলৈ চৰকাৰক আহ্বান জনাইছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram