আজি মহালয়া।পশ্চিমবংগ ,অসম ত্ৰিপুৰাকে ধৰি বিভিন্ন স্থানত এই মহালয়া উদযাপিত হৈছে।হিন্দু আখ্যান অনুসৰি আজি দিনটো ব্ৰক্ষ্ম,বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষক মহিষাসুৰক পৰাস্ত কৰি দেৱী দুৰ্গক সৃষ্টি কৰিছিল।।মহালয়া দুৰ্গা পূজা লগত সম্পৰ্কিত । আজি দিনটোতে নৃত্য শিল্পী সকলে দেৱী দুৰ্গা প্ৰতিমা চকুত ৰং কৰাৰ আৰম্ভ কৰে। এইবাৰ মহালয়া ৫ অক্টোবৰ সন্ধিয়া পৰা আৰম্ভ হৈ আজি ৬:৩০ লৈ চলিব।মহালয়া নৱৰাত্ৰি ঋতুৰ আৰম্ভণি চিহ্নিত কৰে যিটো মা দুৰ্গাৰ বাবে উৎসৰ্গিত।এই দিনবোৰত ভক্ত সকলে ৯ দিনৰ বাবে উপবাস থাকে আৰু মা দুর্গাৰ নটা ৰূপৰ পূজা কৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram