সৰ্বভাৰতীয় জনজাতীয় ছাত্ৰ সন্থা অসম চমুকৈ অইটছাৰ উদ্যোগত ওদালগুৰি জিলাৰ ভেৰগাঁও বড়োলেণ্ড অতিথিশালা বিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া হাগ্ৰামা মহিলাৰী জননেতা ভীমবৰ দেউৰী বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে জননেতা ভীমবৰ দেউৰীৰ ৭৪ তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মহান জননেতা জনৰ আদৰ্শৰ অনুসৰণেৰে ৰাজনৈতিক প্ৰেক্ষাপটত আগুৱাই যোৱা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মহিলাৰী দেৱৰ সৱল নেতৃত্বক আৰু সমাজসেৱাৰ মহানুভৱতাক সন্মান জনাই সৰ্বভাৰতীয় জনজাতীয় ছাত্ৰ সন্থা অসম চমুকৈ অইটছায়ে আজি ভেৰগাঁৱত জননেতা ভীমবৰ দেউৰী বঁটাৰে মহিলাৰীক বটা প্ৰদান কৰে আৰু লগতে মহিলাৰিয়ে উক্ত বটাঁ গ্ৰহণ কৰি সংগঠনটোৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনত বিভিন্ন জনগোষ্ঠীৰ লগতে জনজাতীয় লোকৰ সমস্যা সমাধানৰ হকে সমিল মিলৰে ক্ষিপ্ৰ গতিত একে লগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী