শোণিতপুৰত বালিপৰাত আজি বালিপৰা সংহত শিশু বিকাশ প্ৰকল্পৰ উদ্যোগত দেশত চলি থকা নাৰী নিৰ্যাতনকে আদি কৰি নাৰীজনিত সমস্যাসমূহৰ অৱসানৰ দাবী জনাই এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰকল্পটোৰ বালিপৰা কাৰ্যালয়ৰপৰা কাৰ্যালয়ৰ বিষয়া -কৰ্মচাৰী, অংগনবাড়ী কৰ্মীসকলে অনুষ্ঠানত হাতে-হাতে বেনাৰ, ফেষ্টুন, পোষ্টাৰ লৈ বালিপৰা চেন্টাৰত পৰিভ্ৰমণ কৰি নাৰী নিৰ্যাতন বন্ধ কৰক, কন্যা শিশুক সুৰক্ষা দিয়ক, নাৰী নিৰ্যাতনকাৰীক শাস্তি দিয়ক, যৌতুক প্ৰথা বন্ধ কৰক, নাৰীৰো আছে জীয়াই থকাৰ অধিকাৰ, নাৰীৰ সুৰক্ষা আমাৰ ন্যায্য দাবী, নাৰীক সৱলীকৰণ কৰক, সকলো নাৰীক সমানে সুৰক্ষা প্ৰদান কৰক আদি বিভিন্ন শ্লোগান দি নাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰক আহ্বান জনায়।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী