ভূমিৰ ক্ষেত্ৰীয় মূল্য নিৰূপণৰ বাবে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা দিয়া পুণৰ নিৰ্ধাৰণৰ নিৰ্দেশনাৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্ৰপুৰ আৰু আজাৰা এই পাচোঁটা ৰাজহ চক্ৰতে প্ৰতি ইউনিট ভূমিৰ ক্ষেত্ৰীয় মূল্য নিৰ্ণয় কৰা হৈছে। প্ৰস্তাৱিত প্ৰতি ইউনিট ভূমিৰ ক্ষেত্ৰীয় মূল্যৰ ক্ষেত্ৰত যদি কোনো ব্যক্তিৰ কিবা আপত্তি আছে, তেওঁলোকে অহা ১০ জানুৱাৰীৰ ভিতৰত উপায়ুক্তক লিখিত আপত্তি জনাব পাৰিব। সবিশেষ জিলা ৱেব চাইট kamrupmetro.assam.gov.in ত উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে ।
Trending
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ