পশ্চিম গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ (কে.ভি.কে), কামৰূপ আৰু সদৌ অসম মাছৰুম উৎপাদক সন্থাৰ যৌথ উদ্যোগত ১০ জানুৱাৰীত উত্তৰ গুৱাহাটীত তৃতীয় মাছৰুম দিৱস উদযাপন কৰা হয়। এই উপলক্ষে সন্থাৰ সাধাৰণ সম্পাদক বসন্ত শৰণীয়াই আঁত ধৰা অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ মাছৰুম উৎপাদনৰ সৈতে জড়িত ৬০ জন কৃষকে ভাগ লয়। অনুষ্ঠানত অসম চৰকাৰৰ উদ্যান শস্য বিভাগৰ সহকাৰী সঞ্চালক ইউচুফ আলী, কে.ভি.কেৰ মুখ্য দশকফক্সগক , কৃষি বিজ্ঞানী ড.ধীৰেন্দ্ৰনাথ কলিতা, বিজ্ঞানী ক্ৰমে- ড০ মধুস্মিতা কটকী, ড০ প্ৰমোদ ডেকা, ড০ অখিল ডেকা, পৰাগ শইকীয়াই অনুষ্ঠানত ভাগ লৈ বিজ্ঞান সন্মতভাবে মাছৰুম উৎপাদন কৰি কিদৰে আৰ্থিক ভাৱে লাভবান হব পাৰি তাৰ কৌশল সমূহ কৃষক সকলক অৱগত কৰে।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী