জামুগুৰিহাটবাসী ৰাইজৰ বহু দিনীয়া সপোন বাস্তৱত ৰূপায়িত হোৱাৰ দিশত। জামুগুৰিহাটৰ জ্যেষ্ঠ সকলৰ বহু দিনীয়া আশা আৰু স্হানীয় বিধায়ক গৰাকীৰ তৎপৰতাত এইবাৰ পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’ব পৌৰসভা নিৰ্বাচন।পৌৰসভাৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে জামুগুৰি টাউন কমিটি। এক অনাবিল আনন্দত আত্মহাৰা জামুগুৰি বাসী। সকলোৱে আশা ৰাখিছে এক স্বচ্ছ নিকা কৰ্মঠ আৰু দুৰ্নীতি মুক্ত গতিশীল শক্তিশালী নগৰ সমিতি গঠনৰ ।আজি জামুগুৰিহাটৰ দহটা ৱাৰ্ডৰ বাবে প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰে । জামুগুৰি পৌৰ সভাৰ অধীনস্থ সৰ্বমুঠ ৬৯২০জন ভোটাৰে নিজৰ ভোটদান সাব্যস্ত কৰি দহ গৰাকী ৱাৰ্ড সদস্যৰ ভাগ্য নিণয় কৰিব ।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি